Jononi Mur Duhita Audiolibro Por ৰঞ্জু হাজৰিকা arte de portada

Jononi Mur Duhita

Vista previa
OFERTA POR TIEMPO LIMITADO

3 meses gratis
Prueba por $0.00
La oferta termina el 31 de julio, 2025 a las 11:59PM PT.
Elige 1 audiolibro al mes de nuestra colección inigualable.
Escucha todo lo que quieras de entre miles de audiolibros, Originals y podcasts incluidos.
Accede a ofertas y descuentos exclusivos.
Premium Plus se renueva automáticamente por $14.95/mes después de 3 meses. Cancela en cualquier momento.

Jononi Mur Duhita

De: ৰঞ্জু হাজৰিকা
Narrado por: দিবচন লাল বৰুৱা
Prueba por $0.00

$0.00/mes despues de 3 meses. La oferta termina el 31 de julio, 2025 a las 11:59PM PT. Cancela en cualquier momento.

Compra ahora por $6.27

Compra ahora por $6.27

Confirma la compra
la tarjeta con terminación
Al confirmar tu compra, aceptas las Condiciones de Uso de Audible y el Aviso de Privacidad de Amazon. Impuestos a cobrar según aplique.
Cancelar
ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা "জননী মোৰ দুহিতা " উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস "জননী মোৰ দুহিতা "- এইবাৰ শুনক দিবছন লাল বৰুৱাৰ কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN
Todavía no hay opiniones